ভূতৰ জীয়া কাহিনী কিতাপখনত দুটা ভৌতিক গল্প প্ৰকাশ পোৱাৰ আনন্দত পুৱাই অতনু প্ৰকাশকৰ ঘৰ পালেগৈ৷ ৰঙা কাগজ এখনৰে প্ৰকাশকে ধুনীয়াকৈ পেকিং কৰি দিয়া গল্প সংকলনখনৰ কপি এটা বেগত ভৰাই সন্ধিয়া

Read More

বৌদ্ধ ধৰ্মত জল ইশ্বৰৰ কাৰণে আটাইতকৈ পবিত্র, নিৰ্মল, স্বচ্ছল আৰু উৎকৃষ্ট অঞ্জলি বুলি মনা হয়৷ সেই কাৰণে লামা সকলে পবিত্ৰ জল চতিয়াইহে পূজা পাতল আদিৰ সুভাৰম্ভ কৰে৷ তেওঁলোকে যাত্ৰা পথত পোৱা পবিত্ৰ নদী বা নিজৰাৰ পৰা জল সংগ্ৰহ কৰাটো এটা পৰম্পৰাগত ৰীতিও৷

Read More

কেইবাশ বছৰ আগত ভূটানৰ হা ভেলীৰ জিফিউ বস্তিৰ সমীপৰ নদীখনৰ বুকুত আকাশৰ পৰা এটা আঘাত প্ৰাপ্ত শগুণ উৰি আহি পৰিছিল ৷ নদীখনৰ পানীত পৰা পাছতেই ডেউকা ভগা শগুণটো সুস্থ হৈ উঠি পুনৰ আকাশলৈ উৰা মাৰিছিল৷

Read More

ৰুণ ৰঙৰ ভূটীয়া চামথা পৰিহিত ডিঙিত কমলা ৰঙৰ খাতা মেৰাই থকা বৌদ্ধলামা জন অভিনন্দনৰ ওচৰত চপাত সি ভূটানী সকলৰ দৰে ভক্তিভাবেৰে মুৰ দোৱাই লামাজনক অভিবাদন জনালে ৷ লামা জনে ওমঁ মনি পদ্মে হুম

Read More

সুউচ্চ ডচু লা পাচৰ পৰা সো- সোৱাই নামি আহি পুনাখা ভেলী পোৱাৰ আগে আগে ড্ৰাইভাৰজনে টেক্সীখন সৰু হোটেল এখনৰ কাষত ৰখাই দিলে৷ তাত হেনো ভাল মমো পোৱা যায় ৷

Read More

ৰাষ্ট্ৰপতিৰ পৰা মানৱ-বন্ধু খিতাপৰ ক্ষ্মাৰকখন গ্ৰহণ কৰি সত্যবানৰ সাতচল্লিচ খ্ৰী:পূৰ্বত জুলিয়াছ চিজাৰে জেলা সমৰ জিকি কোৱা ‘ভেনি ভিদি ভিচি’ বাক্যাংশ মনত পৰিল৷

Read More

সুউচ্চ হিমালয় গিৰিমালাৰ পাদদেশৰ একমাত্ৰ ৰাজতান্ত্ৰিক দেশ, লেণ্ড অফ থাণ্ডাৰ ড্ৰেগন (ভূটান) ৰ ৰাজপথেৰে যাত্ৰা কৰি অভিনন্দন ধন্য হৈ পৰিল৷ পৰিস্কাৰ পৰিচন্ন, যানবাহনৰ যানযট নথকা পাৰো-থিম্ফু সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ একাষে সুউচ্চ থিয় লঠঙা পাহাৰ আৰু ইকাষে এখন সৰু নদী৷ নীলাভ আৰু স্বচ্ছল কুলকুল

Read More