প্ৰবিত্ৰ ভাদ
হৰি কীৰ্তন ধ্বনি নামঘৰ
চৌদিশে আকাশে-বতাহে
ঈশ্বৰ কৃষ্ণৰ গুণ যশ কীৰ্ত্তন- –

ভাদৰ আবেলি- – – –
আকাশৰ কোলাৰ পৰা
বোৱতী পানী হৈ
ৰৈ বৈ আহে ৰসময় প্ৰেম
ভকতৰ হিয়াৰ অন্তঃগহ্বলৈ

সু-হৃদয়ৰ সম্বন্বয় ঐক্যতা
ভকতিৰসৰ সবল এনাজৰী
চিৰসেউজীয়া ৰূপ- – –
গুৰুজনাৰ – – – সৃষ্টিৰ

অমৃতৰ নদী প্ৰেমৰ ঢল
পাৰ ভাঙি বৈ আহে
আই বাপ বৈষ্ণৱৰ ধ্বনি
বুকুৰ চুবুৰি খহাই
আমিয়া ভক্তিৰ সুৰধ্বনি – – – –

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *