মই নিলিখো আৰু পপিতা
এটি বিষাদ ভৰা কবিতা
লিখিম দাৰি, কমা, ছন্দ হীন সবিতাৰ কথা।
কাহিলি পুৱাতে উঠি চাওঁ তোমাৰ,

মই নিলিখো আৰু পপিতা
এটি বিষাদ ভৰা কবিতা
লিখিম দাৰি, কমা, ছন্দ হীন সবিতাৰ কথা।
কাহিলি পুৱাতে উঠি চাওঁ তোমাৰ,
প্ৰবিত্ৰ ভাদ
হৰি কীৰ্তন ধ্বনি নামঘৰ
চৌদিশে আকাশেবতাহে
ঈশ্বৰ কৃষ্ণৰ গুণ যশ কীৰ্ত্তন
মনৰ বিস্ফোৰিত আৱেগেৰে
মোক ধুৱাই নপেলাবা।
হিয়াত হেচুকি ৰখা
আশাবোৰ
বাঁহীৰ সুৰৰ ঝংকাৰ তুলি
মোৰ বৃন্দাবনত কোন কানাই
মোৰ এপিয়লা প্ৰেমৰ ফটিকা খায়
কোন ৰাধাই নুপুৰ বজায়,
মই ভবাৰ দৰে তুমিও ভবা হ’লে মোৰ কথা
ইমান নীৰস নহ’ল হেতেন এই পৃথিৱী
ময়ো নহ’লো হেতেন নিঠৰুৱা
পলসুৱা প্ৰেমৰ পলাশী বাটেৰেগৈ
বৰ দুখ লাগে
হে শিল্পী
নিশা তোমাৰ অভিনয়ত
গদ্ গদ্ হৈ
অসমীৰ বীৰাংগনা লাভলীনা
এক দু:সাহসী যোদ্ধা
অসমৰ বোকা পানী লুইতৰ বালি
শিৰত আশীষ লৈ যোৱা আগবাঢ়ি
বিজয়ৰ মালা পিন্ধি আহিবা তুমি