Skip to content
  • All Posts
  • home

সাহিত্য চর্চা

অসমীয়া ভাষা, সাহিত্য প্ৰসাৰৰ এক অভিনৱ পদ্ধতি

  • মূখ্য পৃষ্ঠা
  • কৌতুক
  • বিশেষ
  • কবিতা
  • গল্প
  • প্ৰবন্ধ
  • স্তৱক
  • জ্ঞান সঁফুৰা
  • আমাৰ লেখক-লেখিকা
  • অন্যান্য

Year: 2020

  • Home
  • 2020
  • Page 12
কবিতা

মুখা

December 21, 2020December 21, 2020 বিনিতা বৰা

সপোনত এদিন যাম
তোমাৰ সৌন্দৰ্য্যশালী
মুখাৰ
আঁৰত
থকা মুখা বিচাৰি।

Read More
কবিতা

শীতৰ অনুভৱ

December 21, 2020December 21, 2020 অঞ্জনা বৰুৱা

হিমচেচা আঙুলিৰ ফাকে ফাকে
নামি আহে শীত,
কুঁৱলীৰ মাজেৰে নিয়ৰে আহি
শীতল কৰি তোলে ধৰণী,,,

Read More
কবিতা

“ভাল পাই পেলাইছো তোমাক”

December 21, 2020December 21, 2020 বিনিতা শইকীয়া ৰাভা

চেতন অথবা অৱচেতনত
কঢিয়াই ফুৰিছো তোমাৰ অৱস্থিতি
তোমাৰ নিশ্বাসত ঘনিষ্ঠতা কৰিছো
মোৰ উশাহবোৰ…………

Read More
কবিতা

তুমি কোন??

December 21, 2020December 21, 2020 শ্যামলীমা খাউণ্ড শৰ্মা

তুমি আন্ধাৰৰ মাজত পোহৰ
বিলাই নীৰৱে জ্বলি
থকা এগছি
চাকি ।

Read More
অন্যান্য

অসম মোৰ বুকুৰ আপোন

December 21, 2020December 21, 2020 ডাঃ প্ৰভাকৰ দাস

অসম মোৰ বুকুৰ আপোন,
মোৰ জীৱনৰ শিৰোনামাত;
মাথোঁ তোমাৰেই সপোন।

Read More
কবিতা

জীৱন এনেকুৱাই

December 21, 2020December 21, 2020 অনন্ত কুমাৰ ভুঞা

ঘুৰি নাচাওঁ‌ অতীতক,
উভতি নযাওঁ‌ লৰালি কাললৈ,
স্মৃতিয়ে আমনি কৰিব।

Read More
কবিতা

শৰতৰ জোনাক নিশা

December 21, 2020December 21, 2020 অমন শৰ্মা

শৰৎ ঋতুৰ পূৰ্ণিমাৰ ৰাতিত
জোনাকৰ এটা ধুনীয়া নিশাত,
জোনাকী পৰুৱাৰ নাচ দেখি
বকুল শেৱালীৰ সুগন্ধত,

Read More
কবিতা

কবিতা কলিজাৰ

December 21, 2020December 21, 2020 প্ৰণীতা হালৈ

তোমাৰ সুখবোৰৰ স’তে
মই উমলিব খোজোঁ
তোমাৰ দুখবোৰ
ধুই দিব খোজোঁ!
চাব খোজা নেকি?

Read More
কবিতা

নৱবৰ্ষ অপেক্ষাৰে

December 20, 2020December 20, 2020 বিনিতা বৰা

শীতৰ মাদকতা আৰু
আমেজ লৈ, বৰদিনৰ ঘণ্টা ধ্বনি,
আৰু কেৰলৰ সুৰে সুৰে,
নৱবৰ্ষ
তুমি আহিবা দেই,

Read More
কবিতা

অসমৰ বীৰ লাচিত

December 19, 2020December 20, 2020 ডাঃ প্ৰভাকৰ দাস

লাচিত তুমিহে অসমৰ বীৰ
তোমাৰ স্বপ্নৰ অসম
হৈ থকা নাই অসম
কেৱল বিশৃংখলতাৰ ভিৰ

Read More

Posts pagination

Previous 1 … 11 12 13 Next

অনুসন্ধান

সর্বশেষ

  • প্ৰেম বিৰোধী মই
  • অসমীয়া যুৱ সমাজ আৰু হান্সেই দৰ্শনৰ প্ৰয়োজনীয়তা
  • হেঙুলী ৰহণ
  • ভাদৰ হৰিধ্বনি
  • মই হ’ম নীলকণ্ঠ

জনপ্রিয় লেখ

  • তুমি নাৰী  স্ৰোতস্বিনী
    তুমি নাৰী স্ৰোতস্বিনী
  • "বিভ্রান্ত বাস্তৱ"
    "বিভ্রান্ত বাস্তৱ"
  • হেঙুলী ৰহণ
    হেঙুলী ৰহণ
  • ৰাষ্ট্ৰীয়তাবাদী, জাতীয়তাবাদী চিন্তাধাৰা-অসমৰ বৰ্তমান প্ৰেক্ষাপট
    ৰাষ্ট্ৰীয়তাবাদী, জাতীয়তাবাদী চিন্তাধাৰা-অসমৰ বৰ্তমান প্ৰেক্ষাপট
  • অভিমানী আবেগ
    অভিমানী আবেগ

বিভাগ

Cannot view Text in Assamese?

1. If you are using Google Chrome on desktop/laptop then install Google Chrome Assamese Font extension from here.

2. You may Visit Amtron website and install the Assamese Lohit font from here .

ইমেইলৰ যুগে ব্লগ সাবস্ক্রাইব কৰিব

আমি আপোনাক ওৱেচাইট সাবস্ক্রাইব কৰিবলৈ নিমন্ত্রণ জনালোঁ।

All Rights Reserved 2024.
Proudly powered by WordPress | Theme: Fairy by Candid Themes.
সাহিত্য চর্চা
Proudly powered by WordPress Theme: Fairy.