আই!
কান্দি কান্দি
দুখ নকৰিবি তই,
বাঁহৰ চাঙৰ বিচনা খন
Author: অনন্ত কুমাৰ ভুঞা
তুমি মহিমাময়ী —-
হৰিণ নয়নী–নয়নৰ মণি—
লুইতৰ পাৰৰ লিহিকা খাগৰি,
মুগ্ধ বিমুগ্ধ আপোন বন্ধুত্ব–
মৰমৰ ওপজা গাওঁ খনি এৰি থৈ
নগৰীয়া সুখৰ স্বপ্নত সাতুৰি
সাৱতি ধৰিছোঁ আধুনিক মৰম।
আপত্তি বিহীন প্ৰমান পত্ৰ খন
গুলপীয়া মুখ খনি
শেঁতা পৰা দেখিলোঁ
উমলি সময় কটাবলৈ,
মন যোৱা নাই।
সেই সময় জোনাক আছিল,
প্ৰতি পলে
পোহৰ বাগৰিছিল,
জীৱন জিলিকি আছিল।
সজাক সচেতন
আজিৰ পৰিস্থিতিৰ অতন্দ্ৰ প্ৰহৰী ।
সংকটৰ পৰা ৰেহাই
বিপদৰ পৰা মুক্তি লাভৰ উপায় ।
অনুভৱৰ মাজত বিচাৰো তোমাক,
তুমি দূৰলৈ গুচি নাযাবা ,
চুই চাব বিচাৰোঁ তোমাক ,
তুমি কিয় বিচৰা অন্য এখন হিয়া!
বাৰ্দ্ধক্য ,
উস ! বাৰ্দ্ধক্যৰ কথা নুসুধিবা মোক
বাৰ্দ্ধক্যৰ ছবি নেদেখুৱাবা মোক
সেই দুখৰ ছবি ——-