আজি সুঁৱৰিছো তোমাক
সুঁৱৰিছো তোমাৰ মহান বলিদানক,
আজি গভীৰ শ্ৰদ্ধাঞ্জলিৰে
Author: ডাঃ প্ৰভাকৰ দাস
ৰাভাদেৱৰ গীত কবিতা নাটকত
সংগ্ৰামৰ প্ৰচণ্ড লহৰ,
শোষিত জনতাৰ প্ৰাণত
জাগ্ৰত জুই বিপ্লৱৰ।
কৃষক-শ্ৰমিক একত্ৰ বলেৰে
অসমীয়াৰ মনে পৰশা
জ্যোতি সংগীতৰ ৰসধ্বনি,
পহিলা বোলছবি জয়মতীৰে
চলচ্চিত্ৰ জগতৰ পাতনি।
মই যুৱ খেতিয়ক
হওঁ অসম দেশৰে,
স্বাৱলম্বী খেতিয়ক হোৱাৰ
যাত্ৰা সোণালী সপোনেৰে
জলবায়ু পৰিৱৰ্তনৰ পটভূমিত
গোলকীয় উষ্ণতাৰ বৃদ্ধি,
সদায় নতুনকৈ উদ্ভৱ
সংক্ৰামক ৰোগ ব্যাধি।
সদায়ৰ দৰে আজিও ভাত কেইগৰা নাখে মূখে ভৰাই ডাঃ তৃষা দাসে দৌৰা দৌৰিকৈ ডিউতিলৈ লৰ মাৰিলে। ৱাৰ্ডত ঠিক পাঁচ মিনিট আগতেই গৈ পালে। যিহেতু কৰ’ণা
মাঁক জগত জননীৰূপে আমি পূজো। কিন্তু তোমাৰ এইটো কি ৰূপ মাঁ? মইতো তোমাৰেই অংশ। তোমাৰ ভৰসাতেই এই জগত খনলৈ আহিছিলোঁ। মোৰ অতিকৈ কোমল কণমানি দেহাটো চাই তোমাৰ
সমগ্ৰ দেশজুৰি
কৰ’নাৰ দ্বিতীয় লহৰত,
আতংকময় পৰিবেশ
ৰোগৰ সংক্ৰমনত।
বনৰীয়া জীৱন এৰি
সভ্য মানৱীয়ৰ অনুভূতি,
সুখ পিপাসু মানৱৰ
জটিল প্ৰক্ৰিয়াৰে গতি।
নোৱাৰিছে অসমক আগুৱাব
ব্যৰ্থ সকলো পৰিকল্পনা।
থলুৱা কেঁচা বস্তুৰ অভাৱ
অপৰ্যাপ্ত বিজুলী উৎপাদন,