এজনী মৰম লগা ছোৱালী আছে তাইৰ
কপালত চন্দনৰ ফোঁট, শিৰত হিৰতধাৰী
হয়, তাই বিবাহিতা! সকলো জানিও ভালপাওঁ
কাৰণ তাই দুৰ্ভগীয়া, তাই নিৰ্দোষী

এজনী মৰম লগা ছোৱালী আছে তাইৰ
কপালত চন্দনৰ ফোঁট, শিৰত হিৰতধাৰী
হয়, তাই বিবাহিতা! সকলো জানিও ভালপাওঁ
কাৰণ তাই দুৰ্ভগীয়া, তাই নিৰ্দোষী
মই পৃথিৱীয়ে কৈছোঁ
হৈ আধুনিক মানৱ
আকাশৰ বুকুত উৰিব পাৰি
পাহৰি পেলাইছা মোৰ অস্থিত্ব
অসীম সাহস আৰু
ত্যাগ স্বীকাৰ কৰি
অতীন্দ্ৰ প্ৰহৰী হৈ
ৰাখি আছা ভাৰত মাতৃক
সাধনাৰ ৰণুৱা সৈনিক,
ওখোৰা মোখোৰা পথ
উজুতিত চিগে নখ,
ইচ্ছাশক্তি প্ৰৱল উদ্যম সৱল,
অখণ্ডমাধুৰ্য্যমণ্ডলমণ্ডিত অনৱচ্ছিন্ন
সুৰম্য শৈল্পিক অনিৰুদ্ধ ছন্দস্পন্দিত
বাস্তৱৰিক্ত অনন্য অনন্ত অমিয়া অনুভৱদীপ্ত
অখণ্ড অময়া অনন্য সুললিত সুৰীয়া