ফাগুনৰ মায়াসনা ৰাতি
কাৰ হৃদয় বীণাৰ সুৰে
আমনি কৰে!
জোনাকৰ বুকুতো জ্বলে

ফাগুনৰ মায়াসনা ৰাতি
কাৰ হৃদয় বীণাৰ সুৰে
আমনি কৰে!
জোনাকৰ বুকুতো জ্বলে
হেঁপাহৰ বৰষুণজাকত তিতিবুৰি
গাঁৱৰ তিনিআলিৰ মুৰত আমি ৰৈ থাকো
দৃষ্টিয়ে ঢুকি পোৱালৈকে উৎসুক আমি
“নাৰায়ণ”ৰ মুখদৰ্শনৰ বাবে অপেক্ষাৰত
তুমি জানো
সপোনত দেখিছিলা মোক?
তুমি জানো
সপোনত সুধিছিলা
মই মুকবধিৰ। ভগৱানে মোক কিয় ইমান ডাঙৰ শাস্তি বিহিলে মই নাজানো। ইজনে সিজনৰ লগত হাঁহি-মাতি কথা পাতিলে মই কিবা হৈ যাওঁ।
শুনিছানে তুমি
বাহিৰ মৌ মিঠা সুৰ?
শুনিছাঁ তুমিও
কিয়নো বাঁহীৰ নিভাঁজ মাদকতা
তোমাৰ কলিজাটো এতিয়া
মোৰ বুকুৰ মাজত লৈ ফুৰিছোঁ
দুচকুৰ নীলাৰে বৈ বৈ
প্ৰাণত প্ৰেমৰ কঠিয়া সিঁচি
যাওঁ বুলিয়েই গুছি গ’লা
এবাৰো নাচালা ঘূৰি,
ভাবিও নাচালা এবাৰ
কেনেকৈ জীয়াই থাকিম বুলি।