হঠাত খোজ থৈয়ে মই দৌৰিছো,
কোঠাই কোঠাই বিভীষিকা,
কোঠাই কোঠাই কান্দোনৰ উচ্চ ৰোল।
বগা প্লাষ্টিকৰ ভিতৰত
Month: May 2021

বিমুৰ্ত নিশাটিত
তোমাৰ সান্নিধ্যই
উমাল কৰা সময়বোৰ
বৰ মিঠা।

মাঁক জগত জননীৰূপে আমি পূজো। কিন্তু তোমাৰ এইটো কি ৰূপ মাঁ? মইতো তোমাৰেই অংশ। তোমাৰ ভৰসাতেই এই জগত খনলৈ আহিছিলোঁ। মোৰ অতিকৈ কোমল কণমানি দেহাটো চাই তোমাৰ

সমগ্ৰ দেশজুৰি
কৰ’নাৰ দ্বিতীয় লহৰত,
আতংকময় পৰিবেশ
ৰোগৰ সংক্ৰমনত।

অসম মোৰ জন্ম স্বত্বৰে জননী
প্ৰাণৰো প্ৰাণ এয়া মোৰ আপোন ভূমি
লাচিতৰ সাহসেৰে আগুৱাই যাম
জন্মদাত্ৰি মাতৃৰ সু – সন্তান

নৰকত প্ৰতি সপ্তাহৰ মঙ্গলবাৰৰ দিনটোত নৱাগত সকলক আদৰণি জনোৱা হয় ৷ এই দিনা স্বয়ং নৰকৰ ৰজা যম উপস্থিত থাকি ন’কৈ অহাসকলৰ লগত চা-চিনাকি

বনৰীয়া জীৱন এৰি
সভ্য মানৱীয়ৰ অনুভূতি,
সুখ পিপাসু মানৱৰ
জটিল প্ৰক্ৰিয়াৰে গতি।