আজি ৰাতিপুৱাই মালতীৰ অ’তবছৰে বিছনাত পৰি থকা শাহুৱেক গৰাকী একেবাৰে ঘুৰি নহা পথেৰেই গ’ল গৈ। পুতেক নথকা শাহুৱেকেও বোৱাৰীয়েককে মুখাগ্নি কৰিবলৈ কৈ থৈছিলে। সেইবাবেই ৰাইজক অনুৰোধ কৰি

Read More

পদূলিত উখলমাখল প্ৰাণৰে ৰঙালী বিহুৰে প্ৰাণোচ্ছল আখৰা৷
ৰঙাকৈ আঁচোৰে বুটা বচা গামোচা খনি তোমাৰ নামতে সামৰো৷৷
ঢেঁকীৰে চাবত কঁপিছে লিচিক লিচিকি কৈ লাহী কঁকালৰে ভাঁজ৷
জুৰুলি জুপুৰি কৈ তিতিছে লিপিট খাই দেহত ৰিহাৰ আঁচলৰে আগ৷৷

Read More