মোৰ হৃদয়ৰ দুখবোৰ
শেষ নহয় মৰি,
দুখৰ ৰাতি
সাৰে থাকে টোপনি।
ৰাতি আকাশত যিদৰে ঘুৰি থাকে নক্ষত্ৰ
ভাৱণাবোৰেও বেৰি ধৰে ঠিক তেনেদৰে,
মই নজনাকৈয়ে
দুখে আহি তেজৰ দলিচা পাৰে
যেন মই সিহঁতৰ উৎস।
মোৰ হৃদয়ৰ দুখবোৰ
শেষ নহয় মৰি,
দুখৰ ৰাতি
সাৰে থাকে টোপনি।
ৰাতি আকাশত যিদৰে ঘুৰি থাকে নক্ষত্ৰ
ভাৱণাবোৰেও বেৰি ধৰে ঠিক তেনেদৰে,
মই নজনাকৈয়ে
দুখে আহি তেজৰ দলিচা পাৰে
যেন মই সিহঁতৰ উৎস।