কুশল দা আমাতকৈ তিনিবছৰ মান ডাঙৰ । তে আছিল একেধাৰে কবি, সাহিত্যক, বিহুৱা, বাঁহী বাদক, পেঁপা বাদক আৰু বহুতো। সততে মানুহক আপোন কৰিব পৰা দাদাৰ সৰু লৰা – ছোৱালী এজনীৰে সুখৰ সংসাৰ।

Read More

দৰ্জাখন খুলি দেখিলো চোতালত এগৰাকী মহিলাই সৰু পানী কেঁচুৱা এটা আৰু চাৰি বছৰীয়ামান লৰা এটা লৈ এমোৰত বহি আছে । মোক দেখি মানুহজনীয়ে কাতৰভাৱে কলে – – দাদা কিবা অলপ খাবলৈ দিয়ক, কালিৰে পৰা একো খোৱা নাই।

Read More