Skip to content
  • All Posts
  • home

সাহিত্য চর্চা

অসমীয়া ভাষা, সাহিত্য প্ৰসাৰৰ এক অভিনৱ পদ্ধতি

  • মূখ্য পৃষ্ঠা
  • কৌতুক
  • বিশেষ
  • কবিতা
  • গল্প
  • প্ৰবন্ধ
  • স্তৱক
  • জ্ঞান সঁফুৰা
  • আমাৰ লেখক-লেখিকা
  • অন্যান্য

Category: স্তৱক

  • Home
  • All Posts
  • স্তৱক
  • Page 3
স্তৱক

বৃদ্ধাশ্ৰম

December 31, 2020December 31, 2020 অঞ্জনা বৰা দত্ত

জীৱনৰ শেষ আশ্ৰয়ৰ স্থল
বৃদ্ধাশ্ৰম |
জী-জোঁৱাই,পুত্ৰ- বধূৰ
ব্যস্ত জীৱন |

Read More
স্তৱক

হৃদয়ৰ নিভৃত কোণত

December 31, 2020December 31, 2020 অঞ্জনা বৰা দত্ত

হৃদয়ৰ নিভৃত কোণত
আঁকি ললো তোমাৰ ছবি
হৃদয়ৰ নিভৃত কোণত

Read More
স্তৱক

মই যে নহওঁ

December 26, 2020December 26, 2020 প্ৰণীতা হালৈ

মই যে নহওঁ এটি কবিতা
মই যে নহওঁ এটি কবিতা
তোমাৰ কলিজাৰ ছিয়াহীৰে লিখা

Read More
স্তৱক

শব্দ বিহীন স্তব্ধ নিশা

December 26, 2020December 26, 2020 প্ৰণীতা হালৈ

শব্দ বিহীন স্তব্ধ নিশা
বুকুত জাগে অব্যক্ত তৃষা

Read More
স্তৱক

দূৰৈত সৌ হাঁহি থকা জোনটিয়ে

December 24, 2020December 24, 2020 কৈলাশ শৰ্মা

দূৰৈত সৌ হাঁহি থকা জোনটিয়ে
মোক হাত বাউলি মাতে তৰাৰ দেশলৈ,
জোনাকে ধুৱাই নিয়া সময়তে

Read More
স্তৱক

এনেদৰেই পাৰ হয়

December 24, 2020December 24, 2020 কৈলাশ শৰ্মা

এনেদৰেই পাৰ হয়,
মোৰ জীৰ্ণ উৰুখা পঁজাৰ পদুলিত
আইতাৰ কোলাত শুই,
কত বহাগ জেঠ আহাৰ শাওণ।

Read More
স্তৱক

কলমত চিয়াঁহী নাই

December 23, 2020December 23, 2020 শ্যামলীমা খাউণ্ড শৰ্মা

কলমত চিয়াঁহী নাই মোৰ
তথাপি লিখাৰ আশা
হৃদয়ৰ চিয়াঁহীৰে
লিখিছোঁ মই
তুমি বুজিবানে মোৰ মৰমৰ ভাষা।

Read More

Posts pagination

Previous 1 2 3

অনুসন্ধান

সর্বশেষ

  • প্ৰেম বিৰোধী মই
  • অসমীয়া যুৱ সমাজ আৰু হান্সেই দৰ্শনৰ প্ৰয়োজনীয়তা
  • হেঙুলী ৰহণ
  • ভাদৰ হৰিধ্বনি
  • মই হ’ম নীলকণ্ঠ

জনপ্রিয় লেখ

  • মৰমৰ মা
    মৰমৰ মা
  • মোৰ গাওঁ
    মোৰ গাওঁ
  • অপেক্ষা মাথোঁ তোমালৈ
    অপেক্ষা মাথোঁ তোমালৈ
  • মাতৃত্তৰ সুখ
    মাতৃত্তৰ সুখ
  • তুমি নাৰী  স্ৰোতস্বিনী
    তুমি নাৰী স্ৰোতস্বিনী

বিভাগ

Cannot view Text in Assamese?

1. If you are using Google Chrome on desktop/laptop then install Google Chrome Assamese Font extension from here.

2. You may Visit Amtron website and install the Assamese Lohit font from here .

ইমেইলৰ যুগে ব্লগ সাবস্ক্রাইব কৰিব

আমি আপোনাক ওৱেচাইট সাবস্ক্রাইব কৰিবলৈ নিমন্ত্রণ জনালোঁ।

All Rights Reserved 2024.
Proudly powered by WordPress | Theme: Fairy by Candid Themes.