জীৱনৰ শেষ আশ্ৰয়ৰ স্থল
বৃদ্ধাশ্ৰম |
জীৱনৰ শেষ আশ্ৰয়ৰ স্থল
বৃদ্ধাশ্ৰম |
জী-জোঁৱাই,পুত্ৰ- বধূৰ
ব্যস্ত জীৱন |
জী-জোঁৱাই,পুত্ৰ-বধূৰ
ব্যস্ত জীৱন |
অভিশাপ নিদিওঁ কাকো,
এয়েতো জীৱন !
কামনা কৰোঁ সবৰ
উজ্জ্বল জীৱন ;
কিয়নো!তেওঁলোক মোৰ
আঁচলৰ ধন |

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *