হৃদয়ৰ নিভৃত কোণত
আঁকি ললো তোমাৰ ছবি
হৃদয়ৰ নিভৃত কোণত
আঁকি ললো তোমাৰ ছবি
অধিক আগ্ৰহী হৈ পাৰ কৰোঁ দিন ৰাতি ।
যিদিনা হ’ব মিলন সিদিনাই হ’ব মোৰ ৰঙীণ জীৱন ।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *