কন্যা জননীৰ ধুনীয়া,
ই এক অনন্য দুনীয়া।
সমাজৰ এক উজ্জ্বল নক্ষত্ৰ।
আঁকিব বিশ্বৰ মনোমোহা চিত্ৰ।
Year: 2021

মাতাল নৱ যুৱ প্ৰজন্ম
গভীৰ নিচাত,
সা-সম্পত্তি বিক্ৰী
আবেগৰ হেঁচাত।

প্ৰকৃতিৰ বুকুত নির্দিষ্ট হৈ নামি অহা
তুমি “ৰাতি”জোনাক আঁতৰাই
আন্ধাৰ ৰাতি অহা পোহৰৰ আৱৰণ ঢাকি
তুমি এমুঠি নীৰৱ নিচ্ছুপ আকাৰ হৈ

সুৰ সুৰীয়া
সৰু গলিটোৰে
সোমাই গৈছিলোঁ
তোমাক বিচাৰি।

মোৰ কলিজাৰ নিভৃত কোনত
শব্দ বোৰ নিগাজীকৈ ৰাখিছো সাঁচি।
হঠাৎ কেতিয়াৱা,
কেঁচা তেজৰ বুৰবুৰণিত

আশা ভাঙি গঢ়ি আহিছো আগবাঢ়ি
পদে পদে হতাশাইহে ধৰে সাৱতি
বাস্তৱ পোহৰ কৰি নজ্বলেহে নজ্বলে
স্বপ্নীল নয়নৰ স্বৰ্ণালি চাকি গছি