কন্যা জননীৰ ধুনীয়া,
ই এক অনন্য দুনীয়া।
সমাজৰ এক উজ্জ্বল নক্ষত্ৰ।
আঁকিব বিশ্বৰ মনোমোহা চিত্ৰ।
ৰঙীণ পৃথিৱীত সুখী আমাৰ কন্যা।
শোভিত ধৰণীৰ চিহ্ন বিনন্দীয়া।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *