কাঠচুৰিৰ অপৰাধত ছমাহ জেলৰ ভাত খাই দেবেন আজি সদৰৰ পৰা গাওঁ পালেহি ৷ লাজে আৰু অপমানত সি দিনটো ঘৰৰ ভিতৰতে সোমাই আছিল ৷ সন্ধিয়া চকা ডুবাৰ কিছুসময়ৰ পাছতেই তাহাঁতৰ পুৰণি আড্ডাৰ চাৰি পান্ডৱ আহি দেবেনৰ ঘৰত হাজিৰ হ’ল ৷ দেবেন, জীৱন, খৰ্গেই, বেনু আৰু কীৰতি পাচোঁজনৰ সৰুৰে পৰা

Read More

বাংগালোৰ চহৰৰ বেল ৰোডৰ ফুটপাথত তেজ এডোঙা আৰু সৰু চেন্ডেল পাত দেখি অৰুনাভৰ বুকুখন মোচৰ খাই গ’ল৷ কালি সি বেল ৰোডলৈ আহোতেই চৰকাৰৰ বিদ্যুত বিভাগে ফুটপাথৰ মাজত থকা লোৰ বিজুলীখুটা কেইটামান কাটি থকা দেখিছিল৷ বিভাগীয় গাফিলতিৰ কাৰণে লোৰ অবশিষ্ট অংশ সমুহ ওলাইয়ে থাকি গ’ল যাৰ ফলত দুৰ্ঘটনাটো ঘটিল বুলি বুজি পালে৷

Read More

২০১৪ চনৰ চেপ্তেম্বৰ মাহৰ কথা৷ অভিনৱ তেতিয়া জেচিবি কোম্পানীৰ গুৱাহাটীৰ ৰিজিওনেল অফিছত ৰিজিওনেল হেভিলাইন মেনেজাৰ হিচাবে কৰ্মৰত আছিল ৷
সেই দিনাখন মেঘালয়ৰ লুমচুলঙৰ পৰা কিছু দূৰৈৰ পাহাৰৰ মাজত থকা

Read More