আকৌ এবাৰ ফাগুন আহিছে

আকৌ এবাৰ
ফাগুন আহিছে,
মদাৰ ফুলিছে
গছে গছে।
লাজুকী লাজুকী
তোমাৰ চাৱনিয়ে,
চঞ্চল হৃদয়ক
আপ্লুত কৰিছে।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *