বুকুৰ কেঁচা ঘা টুকুৰা
আৰু নুখোঁচৰিবি, অ’ সোণ;
আৰু নুখোঁচৰিবি।
বৰ অসহনীয় তাৰ বিষ,

বুকুৰ কেঁচা ঘা টুকুৰা
আৰু নুখোঁচৰিবি, অ’ সোণ;
আৰু নুখোঁচৰিবি।
বৰ অসহনীয় তাৰ বিষ,
তোমাৰ মৰমে আজি
হৃদয়ৰ আভ্যন্তৰত
উত্তাল তৰংগৰ সৃষ্টি কৰিছে
জীৱনৰ প্ৰতি খোজে খোজে
অশ্ৰুসিক্ত এটি ফাগুনৰ,
হেঙুলীয়া আভা আবেলিবোৰৰ।
অসহায় ভাষা,
মোৰ হৃদয়ৰ।
আমি সকলো অসমীয়া।
কোঁচ,কলিতা,আহোম , কছাৰী,কৈৱৰ্ত,বড়ো,
মিচিং,বঙালী ,মজদুৰ
আদি শব্দৰে আমাক
মিচিকিয়া হাঁহিৰে বাৰু
কোন তুমি ৰূপহী
ৰম্ভা, মেনকা কিম্বা
আন অপেশ্বৰী।
শীতৰ সিক্ত পথত
বনৰীয়া হাবিৰ মাজেৰে
মোৰ অবিৰাম যাত্ৰা
দুভৰিত লতা বোৰে
আশানুৰাগে বহু পোখা মেলি
ন সূৰুযৰ হাতত ধৰি
শাওনৰ পথাৰ উপচাই
অনেক শস্যৰ সৌৰভ ঢালি