জুৰিয়ে কমলক বহুত মনে প্ৰাণে ভাল পাইছিল।তাই তাৰ এষাৰি মাত শুনিবলৈ ব্যাকুল হৈ পৰিছিল। কিন্তু কমলে হয়তো তাইক ইমান ভাল পোৱা নাছিল।নাজানে তাই‌ৰ তাৰ মনৰ কথা।সি তাইক সঁচাকৈ ভাল পাইছিল নে‌ বেয়া লাগিলে নতুবা অকলশৰীয়া অনুভৱ কৰিলে তাইৰ লগত টাইম পাচ কৰিবলৈ অতি আপোন ভাৱে কথা পাতিছিল।

Read More

আদৰৰ ভোগালী উৎসৱে
সকলোকে কুশল মঙ্গলে ৰাখক
তাকেই কৰিছো কামনা।
ভোগালী উৎসৱৰ আনন্দ উল্লাসে
প্ৰীতি ভোজৰ সুৱাদৰ জুতিৰে
জুৰাই যাওক মন সৰোবৰক।

Read More