ঘোষিত বা অঘোষিত
প্ৰতিযোগিতাৰ মাজত
বন্দী আজি আমাৰ জীৱন
জ্ঞাতে বা অজ্ঞাতে
আমি ধাবিত হৈছোঁ
![](https://media.bishal.cyou/file/q_80/SahityaChorcha/1-158.jpg)
ঘোষিত বা অঘোষিত
প্ৰতিযোগিতাৰ মাজত
বন্দী আজি আমাৰ জীৱন
জ্ঞাতে বা অজ্ঞাতে
আমি ধাবিত হৈছোঁ
মই তোমাৰ প্ৰতিদ্বন্দ্বী হ’ব নিবিচাৰোঁ
বন্ধু …. প্ৰতিদ্বন্দ্বী হ’ব নিবিচাৰোঁ__
মই বিচাৰোঁ তোমাৰ সহযোগী হ’ব লৈ
তোমাৰ সুখত সুখী আৰু
তোমাৰ দুখত দুখী হ’ব বিচাৰোঁ
বুকুৰ কেঁচা ঘা টুকুৰা
আৰু নুখোঁচৰিবি, অ’ সোণ;
আৰু নুখোঁচৰিবি।
বৰ অসহনীয় তাৰ বিষ,