ফাঁকুৰ ৰং
চেনেহৰ ৰং,
ফাঁকুৰ ৰং
আনন্দৰ ৰং।

নাথাকেগে কাৰো জীৱন
কলা-শুকুলা,
সুখময় জীৱন এটিৰে
মুক্তিৰ পথ মুকুলা।

ফাঁকুৰ ৰঙেৰে
ৰঙীন আমাৰ পৃথিৱী,
একতাৰ ফাঁকু জৰী
আমাৰ বন্ধু-বান্ধৱী।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *