আমাক এনে নেতাৰ প্ৰয়োজন

নিকা চৰিত্ৰৰ
ৰাজনৈতিক বিচক্ষণতা তন্ন তন্ন,
নিৰপেক্ষ দৃষ্টিভংগী
সবল ব্যক্তিত্বসম্পন্ন।

জনগণৰ সতে
প্ৰত্যক্ষ সম্পৰ্কত,
দেশপ্ৰেমী-দেশহিতৈষী
জাতীয় স্বাৰ্থত কৰ্মৰত।

নিষ্ঠাৱান ব্যক্তি যি দিয়ে
সকলো জাতিক সুৰক্ষা,
আমাক এনে নেতাৰ প্ৰয়োজন
সৰ্ব জনসাধাৰণৰ প্ৰত্যাশাপ্ৰত্যাশা।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *