সাত ৰঙৰ মাজত
হতাশ এটা ভয়ঙ্কৰ ৰঙ
মানৱ জীৱনৰ
অংগহীন সঙ্গী
Category: কবিতা

মোৰ হৃদয়ৰ লঠঙা ডালত
তোমাৰ প্ৰেমৰ কোমল কুঁহি
উশাহত হিমগলা উষ্মতাৰ নিলাজ চুপতি।
কেনেকৈ ভাৱিলা?

ৰ’দজাক বৰ তপত
দেই গৈছে
শৰীৰৰ শুকান চালবোৰ।
এজাক বৰষুণ অহা হেতেন

বহু লিখিলোঁ
প্ৰেমৰ কবিতা
তথাপি নাপালোঁ
মোৰ কবিতাৰ প্ৰেমত

প্রকৃতিৰ দাসত্বত
মানুহৰ গতিশীল জীৱনবোধ ।
মানুহৰ জীৱন গাঠা
দাসত্বৰ এনাজৰীৰে বান্ধ খাই থাকে

জলবায়ু পৰিৱৰ্তনৰ পটভূমিত
গোলকীয় উষ্ণতাৰ বৃদ্ধি,
সদায় নতুনকৈ উদ্ভৱ
সংক্ৰামক ৰোগ ব্যাধি।

কাষতে থাকিও মই বহু নিলগত
নোৱাৰিলোঁ কৰিব একো
মাথোঁ চাই ৰলোঁ তোমাক
আৰু তোমাক ৷