পুৰণি কাপোৰৰ আঁৰে আঁৰে ৰূপা কেতিযা গাভৰু হ’ল আইতাই গমে নেপালে।চহৰৰ মাষ্টৰ মাষ্টৰনীৰ ঘৰত বনকৰি খাই গা বঢ়াই অহা ৰূপা নোদোকা জনী হল।আইতাই একেথৰে ৰূপালৈ চাই মূৰে কপালে হাত দি ভাবিলে।

Read More

আজি কেইদিনমানৰ পৰা ৰুপু মনটো অস্থিৰ হৈ আছে। বহুত দিন হ’ল তাৰ আইতা ঘৰলৈ অহা নাই। ৰুপু ষষ্ঠ শ্ৰেণীত ছাত্ৰ। আজি দেওবাৰ,মাকে কৈছে “আইতাই ফোন কৰি কৈছে দেওবাৰে আহিব”। আইতা আহিব বুলিয়েই ওগুল থুগুল মন।

Read More

দিনটোৰ আটাইবোৰ কাম-কাজ সামৰি মাধুৰিমাই হাতত মোবাইল ফোনটো লৈ আগফালৰ বেলকনিতে সদায় অকলশৰে বহু পৰ বহি থাকে। মানব (মাধুৰিমাৰ স্বামী) অফিচৰ পৰা আহে মানে ৰাতি প্ৰায় ৯ মান বাজে। আজি চৈধ্য বছৰ হ’ল তেওঁলোকৰ সংসাৰ কৰাৰ কিন্তু আজিলৈ মাক হোৱাৰ সৌভাগ্য কণ তাইৰ নহ’ল।

Read More

আগফালে চিট খালি নাই তাতে বহ, সেই কাৰনে অকণমান সোনকালে আহিব লাগে৷ থিয় হৈ থকাবোৰ বহি দিয়া আমি একো দেখা পোৱা নাই৷ কেচুঁৱাৰ কান্দোনত থাকিব নোৱাৰি থিয় হৈ কেচুঁৱা ওমলাই থকা তাইক কোনোবাই পিছফালৰ পৰা চিঞৰিছে৷

Read More

ভীৰ নিশাৰ নিস্তব্ধতাক নিউ নিউ কৈ চিঞৰা ফেঁচাৰ শব্দবোৰে অধিক ভয়াৱহ কৰি পেলাইছে। নীলাভ অহালৈ অতি অপেক্ষাৰে ৰৈ থকা নীলাঞ্জনাই ওপৰমুৱাকৈ বিচনাখনত পৰি , বাৰে বাৰে ভগৱানৰ নাম লৈছে। শুই থকাৰে পৰা অকণমানো লৰচৰ নকৰাকৈ চকু দুটাৰে ইফালে সিফালে চাইছে। হঠাৎ বাহিৰৰ পৰা অহা মেকুৰীৰ মাতত নীলাঞ্জনাই উচপ্ খাই উঠিল।

Read More

ফেচবুকত চিনাকি৷ দিনটোত এবাৰ হলেও বেলকনিৰ বাৰান্দাত নবহিলে ভাল নালাগে৷ বেলকনিৰ বাৰান্দাত বহি মবাইলটো অন কৰি ব্যস্ত হওঁ অনলাইনত৷ ৰাস্তাৰ সিটো পাৰে তাইৰ ঘৰ৷ তাইয়ো খিৰিকীৰ কাষত বহি মবাইলত ব্যস্ত হৈ থকা দেখোঁ৷ সুন্দৰ মৰম লগা মুখখনি৷ দীঘল চুলিখিনিৰে তাইক আৰু বেছিকৈ মৰমিয়াল দেখায়৷

Read More

পাহী বৰ ৰাংঢালী ছোৱালী। সকলো সময়তে মুখত হাঁহি, মাক-দেউতাকৰ আলাসৰ লাৰু। দেউতাক এখন চাহ বাগিচাৰ মেনেজাৰ সেয়ে তাইৰ শৈশৱ আৰু যৌৱন কাল বাগানতে পাৰ হ’ল। চাহ বাগিছা খনত যেন তাইৰ প্ৰাণটো সোমাই আছে। গধুলি ৰিনিকি ৰিনিকি বাজি অহা মাদলৰ সুৰ, ঝুমুৰ গীতৰ লগেলগে ভাহি আহা সুমধুৰ বাঁহীৰ সুৰ, আ্হ তাইৰ মন প্ৰাণ চঞ্চলা কৰি তোলে। তাই আপোনপাহৰা হৈ যায়। সচাঁয়ে কথাটো নোহোৱা নহয় চাহ বাগিছাৰ সেউজীয়াই সকলোৰে মন আকৰ্ষণ কৰে কিছু মূহুৰ্তৰ বাবে হ’লেও মানুহে নিজৰ অতীতৰ সুমধুৰ স্মৃতিলৈ ঘূৰি যায়।

Read More

ৰাতিপুৱাৰ পৰা ঘৰত অশান্তি, হুলস্থুল… চকুহাল মোহাৰি মোহাৰি দুৱাৰখন খুলি বাহিৰলৈ ওলাই গলো ঘটনাৰ বুজ লবলৈ,… তই আমাৰ নাক কান চব শেষ কৰি দিলি, ঘৰৰ পৰা কতো ওলাই যাব নোৱাৰা হলো! সকলোৱে মোক হাঁহে, লেদিছটোৰ ককায়েক বুলি, তোৰ লাজ নালাগিব পাৰে আমি

Read More