ভাৰতৰ যুৱ শক্তি জগাই তোলা
দেশ মাতৃক অন্তঃকৰনে সেৱা কৰা
পথ প্ৰদৰ্শক স্বামী বিবেকানন্দ
আহ্বান জনাইছিল যুৱ শক্তিক
সঁহাৰি জনাইছিল বহুজনে।
দেশ স্বাধীন কৰা মানসেৰে
যুঁজত জপিয়াইছিল।
আজিও যুৱ শক্তিৰ বিশ্বাস
স্বামীজীৰ বানীৰে অনুপ্ৰাণিত কৰে।
কন্যা কুমাৰী সাগৰ বক্ষত শিলাস্মাৰকে।
জীৱন আৰু বানীয়ে
দেশবাসীক নৱ চেতনা দিয়ে।

Read More

পুৰণি কাপোৰৰ আঁৰে আঁৰে ৰূপা কেতিযা গাভৰু হ’ল আইতাই গমে নেপালে।চহৰৰ মাষ্টৰ মাষ্টৰনীৰ ঘৰত বনকৰি খাই গা বঢ়াই অহা ৰূপা নোদোকা জনী হল।আইতাই একেথৰে ৰূপালৈ চাই মূৰে কপালে হাত দি ভাবিলে।

Read More

আজি কেইদিনমানৰ পৰা ৰুপু মনটো অস্থিৰ হৈ আছে। বহুত দিন হ’ল তাৰ আইতা ঘৰলৈ অহা নাই। ৰুপু ষষ্ঠ শ্ৰেণীত ছাত্ৰ। আজি দেওবাৰ,মাকে কৈছে “আইতাই ফোন কৰি কৈছে দেওবাৰে আহিব”। আইতা আহিব বুলিয়েই ওগুল থুগুল মন।

Read More