নিষ্ঠুৰ বাস্তৱক
আওকাণ কৰি
তোমাৰ পৰা তাই
আঁতৰি আহিলে ,
ৰূঢ় অতীতক
ভৰিৰে গচকি
নতুন পথৰ
সন্ধানত নামিলে |

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *