love people cute young

জীৱনটো এটা শিল্প

জীৱনটো এটা শিল্প

   ৰামধেনুৰ দৰেই ই ৰঙীন

   ফুলৰ দৰে সুন্দৰ

    কবিতাৰ দৰে অৰ্থপূৰ্ণ

    উপন্যাসৰ দৰে জীৱনৰ   

      পৃষ্ঠাবোৰ । জীৱনটো এটা চিৰযুগমীয়া শিল্প ।

 ~~~~ কাজল দাস

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *