মোৰ দেশৰ দৰে দেশ
আৰু নেপাঁও এই পৃথিৱীত ।

অপূৰ্ব মোৰ দেশ,
অপূৰ্ব মোৰ দেশ ভাৰতবৰ্ষৰ
ভাষা, সাহিত্য আৰু সংস্কৃতি ।

মোৰ দেশ ভাৰতবৰ্ষ
ধুনীয়াতকৈও ধুনীয়া ।
মোৰ দেশৰ মানুহবোৰো
ধুনীয়া ।

অপূৰ্ব মোৰ দেশ,
অপূৰ্ব মোৰ দেশ ভাৰতবৰ্ষৰ
মহান বীৰ জোৱান সকল ।
অপূৰ্ব তেওঁলোকৰ ত্যাগ, সাহস আৰু ধৰ্য্য ।

অপূৰ্ব মোৰ দেশৰ সৌন্দৰ্য্য
অপূৰ্ব মোৰ দেশৰ মানুহ
অপূৰ্ব মোৰ দেশ ।

~~~~ কাজল দাস

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *