হে শ্বহীদ প্ৰণামো তোমাক

চিৰ যুগমীয়া তুমি
অসমে বিচাৰে যাক,
হে শ্বহীদ!
সস্তাঙ্গে প্ৰণামো তোমাক।

জাতি-মাটি-ভেঁটি ৰক্ষাত
প্ৰাণৰ আহুতি,
অকণো সংকোচ নকৰি
ল’লা মৃত্যুক সাৱটি।

অসমবাসীৰ স্মৃতিত
আজীৱন তোমাৰেই নাম,
অসমী আইৰ সন্তান
তোমাক সশ্ৰদ্ধ প্ৰণাম।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *