থিতাপি লৈছোঁ মই
অনন্ত গগনত,
অগ্নিৰ পক্ষী মই
এই মৰতত।

বুকুৰ মাজত
অসংখ্য অনুভূতিৰ মেলা,
আমি মাথোঁ ক্ষুদ্ৰ অংশ
প্ৰভুৰ এয়া মহালীলা।

কি লৈ আহিছিলোঁ
কি লৈ যাম,
সৰগ-নৰক সকলোতে
প্ৰভু তোমাকে পাম।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *