যি ভক্তিয়ে
ভগৱত ভক্তিক নকৰে আকৰ্ষিত
সেই ভক্তি ধ্ৰুৱস্মৃতি অন্বিত হ’লেও
নহয় প্ৰাণৱন্ত

অপ্ৰতিহততাৰে প্ৰৱাহিত
আত্মসমৰ্পণাত্মক মদমত্ত ভক্তিও
পৰম পাদপদ্মৰ পৰ্ণাশ সুগন্ধি সুৱাস পাবলৈ
নিত্য হয় অসমৰ্থ

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *