কবিতাৰ সুৰৰ ধ্বনি
ছন্দই লগাই মুকুতাৰমণি
অনুভৱত হৃদয় খলকণি

শব্দপ্ৰলয়ৰ মহিমা চোৱা
কবিতাৰসেৰে সমাজ গঢ়ে
নৱাগতক শব্দমায়াৰে বান্ধে

অনুশাসনৰ বাঘজৰীত ৰাখি
মিঠাকথাৰে মানৱপ্ৰেম সিঁচি
নকৰেনে কবিসকলে চতুৰালি

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *