জিৰি জিৰি বতাহত
আৱেগৰ দুকমুকনি,
আশা ভৰা সংসাৰত
জীৱনৰ পাটনি।
ফুটুকা ৰঞ্জনেৰে সাজিছো
সপোনৰ দলিছা,
সুখৰ ৰূপ দেখাই
কিয় অভিমান কৰিছা?
সীমাহীন কৌতুকৰ
মোৰ তিক্ত কাহিনী,
তুমিও যদি নাই
নাই জীৱন নাটৰ ৰাগিনী।
জিৰি জিৰি বতাহত
আৱেগৰ দুকমুকনি,
আশা ভৰা সংসাৰত
জীৱনৰ পাটনি।
ফুটুকা ৰঞ্জনেৰে সাজিছো
সপোনৰ দলিছা,
সুখৰ ৰূপ দেখাই
কিয় অভিমান কৰিছা?
সীমাহীন কৌতুকৰ
মোৰ তিক্ত কাহিনী,
তুমিও যদি নাই
নাই জীৱন নাটৰ ৰাগিনী।