“পুৱা”
বৰষুণ জাক
বুকুত
যেতিয়া সৰে
ভাল লাগে
সেই জাক
বৰষুণত
তিতিবলৈ
উতনুৱা
কলিজাখন
শীতল কৰি
আবেগ বোৰ
উটাই লৈ যায়
জান জুৰি
নৈৰ বুকুলৈ
পবিত্ৰ হয়
মোৰ হৃদয়
আশাৰ ভৰা
এবুকু সোনালী সপোন।
![](https://media.bishal.cyou/file/q_80/SahityaChorcha/1-285.jpg)
“পুৱা”
বৰষুণ জাক
বুকুত
যেতিয়া সৰে
ভাল লাগে
সেই জাক
বৰষুণত
তিতিবলৈ
উতনুৱা
কলিজাখন
শীতল কৰি
আবেগ বোৰ
উটাই লৈ যায়
জান জুৰি
নৈৰ বুকুলৈ
পবিত্ৰ হয়
মোৰ হৃদয়
আশাৰ ভৰা
এবুকু সোনালী সপোন।