ঐ ভাবিছা নেকি?

ঐ ভাবিছা নেকি?
পাহৰি পেলাইছোঁ বুলি তোমাক!
নাই পাহৰা আৰু নাপাহৰোঁ৷
পাহৰিমেই বা কিয়?
কেতিয়াবা নিজক পাহৰি পাইছা নে তুমি?
অ’
মই পিছে পাইছোঁ ..
কেতিয়া জানানে?
যেতিয়াই তোমাৰ আকাশ নীলা চকুহাল মনলৈ আহে ,
তেতিয়াই ..
মই পাহৰোঁ নিজক৷

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *