অসমৰ কণী যুঁজ
সকলোৰে প্রিয় খেল,
বিহুৰ উৰুকালৈ
কণী যুঁজৰ মেল।

কঢ়িৰে টুকুৰিয়াই
কণীৰ কাঠিন্য পৰীক্ষণ,
আনন্দত মাতাল
ওচৰ চুবুৰীয়াৰ মিলন।

কণী খেলৰ খেলাৰু
আবল-বৃদ্ধ-বণিতা,
বহাগৰ আগজাননী
টনকিয়াল হয় মিত্ৰতা।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *