মই অসমীয়া
অসমীয়া ভাষা মোৰ সুৱদি সুৰীয়া
অসমীয়াহে মই হাড়েহিমজূৱে বুজি পাওঁ
ক’বও নোৱাৰো বুজিও নেপাওঁ অন্য ভাষা

মই নিৰ্ভীক নিৰ্ভেজাল অসমীয়া
মোৰ তেজে তেজে সক্ৰিয় স্বতন্ত্ৰতা

সতীৰ্থ মোৰ
তেজাল ৰসাল প্ৰেম মানৱতা
নিৰ্মল উজ্জ্বল সৰলতা আৰু
সততা সুলভ স্পষ্টবাদীতা

মই অসমীয়া
সবাতে অসমীয়া ভাষাহে ক’ম
বিসৰ্জন নিদিওঁ নিদিওঁ নিজস্বতা

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *