মুমুক্ষুতা পৰিব্যাপ্ত জীৱনলৈ

ৰূপ ৰস গন্ধ স্পৰ্শ
নিত্য ভ্ৰমবিলাস প্ৰলুব্ধতাৰে উন্মত্ত

মুমুক্ষুতা পৰিব্যাপ্ত জীৱনলৈ
যদি অত্যাকল্পকালেও নেনামে দেৱত্ব
সেই জীৱন ব্ৰহ্মচৈতন্য পৰিত্যজ্য
জড় দেহৰেই অৱশিষ্ট

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *