প্ৰেমিকা আছিলি মোৰে তই নীলাঞ্জনা
প্ৰেমিক মই তোৰে প্ৰেমৰ গভীৰ সাগৰৰ সমুজ্জ্বল৷
বিচৰা নাই মই কোনোদিনেই তোৰ অবহেলাক৷
বিচাৰোঁ মাথোঁ একাজলি মৰমত ডুবাই ৰখা অনুভূতিক৷
নিবিচাৰো কাহানিও মোৰ প্ৰেমক তই কৰাটো প্ৰতাৰণা৷
চাব খুজো দুহাতে সাৱটি সঁচা অনুভৱে মোক দিয়া অনুপ্ৰেৰণা৷

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *