নিয়ৰসনা চকুঁযুৰিত
দেখিছো প্ৰেমৰ
আকুলতা
স্নিগ্ধ জোনাকত
দুৱৰিৰ পাতৰ
হিম শীতলতা ।

ভাগৰুৱা দেহৰ
অৱসাদে আনে
চকুৰ জড়তা
নিশাৰ নীৰলতাত
শুই পৰা দেহৰ
নীবিড় স্থবিৰতা।

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *