বছৰটোৰ বিদায় ক্ষণ
হ’ল সমাগত,
তিতা-মিঠা অভিজ্ঞতা
থাকিল লগত;
আগন্তুক বছৰ যেন
আশাপূৰ্ণ হয়,
তাকেই কামনা কৰোঁ
প্ৰভূৰ চৰণত|

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *