মুক্ত মনেৰে আজি হওঁ দোৰ
আকাশ খনলৈ ছাই আছো
তৰা ভোৰ ওলোৱা দেখি।
মোৰ মনতো নহয় আকাশ খনৰ দৰে
ফৰকাল তোমাৰ ফোন কলৰ
বাবে অপেক্ষা কৰি আছো।
তুমি হয়টো পাহৰি যোৱা মোক
মই পাহৰিব নোৱাৰোঁ তোমাক।
আনৰ দৰে অভিনয় কৰিব নোৱাৰোঁ
তোমাক ভাল পোৱাৰ হৈছে মনৰ
কথাবোৰ খোলী ক’ব খুজু।
ভাবো কেতিয়াবা মইয়ে তোমালৈ
ফোন এটা কৰোঁ নেকি কিন্তু
মনতো বহু প্ৰশ্ন বেৰি ধৰে জানা
কিজানি তুমি কিবা কামত বিজি হয় আছা।
যদি পাহৰিব খোজিছা তেন্তে পাহৰি যোৱা
মই নকৰোঁ আমনি।
আশা কৰিলোঁ ফোন কৰিবা মোলৈ।

View Post

Related Posts

Leave a Reply

Your email address will not be published. Required fields are marked *