পঢ়াশালিতে কিছু উক্তিয়ে মন প্ৰভাৱিত কৰি আহিছে। যেনে- এইখন মোৰ দেশ, মোৰ দেশ মহান, বন্দে মাতৰম, জয় হিন্দ, “জননী জন্মভূমি স্বৰ্গদপী গৰিয়সী ” আদি। এনেবোৰ উক্তি সময়ে সময়ে শুনিছিলো আৰু সচাকৈ মনত সাচ বহুৱাইছিল।

Read More

অসমত নিগাজীকৈ বাস কৰা, অসমৰ হৈ ভাল চিন্তা কৰা, অসমৰ কৃষ্টি-সংস্কৃতিক আপোন কৰি লোৱা, অসমীয়া ভাষাক মাতৃভাষা ৰূপে গণ্য কৰা আদি সকলোকে আমি অসমীয়া বুলি বুজিব পাৰো। নিজকে অসমীয়া বুলি পৰিচয় দিবলৈ তেনেই সহজ। কিন্তু, যোৱা ৭০ বছৰত অসমৰ জনসংখ্যা,ভাষা আদিৰ পৰিৱৰ্তনৰ দিশে লক্ষ কৰিলে বহু নতুন কথা উদ্ভাৱন কৰিব পাৰি।

Read More