মোক বেয়া নাপাবিঅ’ মা। মই বৰ নিৰুপায়। তোক আনি মই মোৰ লগতো ৰাখিব নোৱাৰোঁ। এতিয়া যে মই সম্পুর্ণ ৰূপে পৰৰ অধীন মা। বিয়াৰ ইমান বছৰৰ পিছতো মই এইখন ঘৰৰ মানুহৰ মনবোৰ বুজিবকে নোৱাৰিলোঁ।পলকতে ভাল, পলকতে বেয়া।

Read More