কেন্দু ঘাটৰ ৰেঙণিয়ে জিলিকাই ৰাখিবনে মোৰ জীৱনৰ ঢিমিক-ঢামাক চাকিগছি?
ভাবনাৰ পালতৰা নাও
দুপৰ ৰাতি গীত জুৰি বতাহৰ তালে তালে অপেক্ষা মাথোঁ তোমাৰ বাবে!
মোক দিছিলা যিদিনা তোমাৰ জীৱনৰ অন্যতম ফচল পাহৰা নাই আজিও

Read More

দৰ্জাখন খুলি দেখিলো চোতালত এগৰাকী মহিলাই সৰু পানী কেঁচুৱা এটা আৰু চাৰি বছৰীয়ামান লৰা এটা লৈ এমোৰত বহি আছে । মোক দেখি মানুহজনীয়ে কাতৰভাৱে কলে – – দাদা কিবা অলপ খাবলৈ দিয়ক, কালিৰে পৰা একো খোৱা নাই।

Read More

কেইবাশ বছৰ আগত ভূটানৰ হা ভেলীৰ জিফিউ বস্তিৰ সমীপৰ নদীখনৰ বুকুত আকাশৰ পৰা এটা আঘাত প্ৰাপ্ত শগুণ উৰি আহি পৰিছিল ৷ নদীখনৰ পানীত পৰা পাছতেই ডেউকা ভগা শগুণটো সুস্থ হৈ উঠি পুনৰ আকাশলৈ উৰা মাৰিছিল৷

Read More

এক আদি পৰিকল্পিত যোজনা
পৃথিৱীৰ দ্বিপদী গছৰ জীৱনলৈ
সিঁচৰিতি কৰি দিয়া হ’ল,যোজনাৰ ব্লু-প্ৰিন্ট্
মগজুৰ মধ্য কোণত সুমোৱাই দিয়া হ’ল তাৰ সঞ্চিত বীজ-

Read More